1.         _ৰোগ চিকিৎসাজনিত_

প্ৰশ্ন: ANM (Auxiliary Nurs

e Midwife) কি ?

  উত্তৰ: ANM ভাৰতৰ গাঁও পৰ্যায়ৰ মহিলা স্বাস্থ্যকর্মী, যাক ব্যক্তি আৰু স্বাভা সেৱাৰ প্রথম যোগাযোগকাৰী হিচাপে জনা যায়। ANM- ক স্বাস্থ্য সংস্থাৰ পিৰামিডৰ মূল্য কৰ্মী বুলি বিবেচনা কৰা হয়।


প্ৰশ্ন: ANM-1 কাম কি? 

   উত্তৰঃ ANM-1 কামবোৰ হ'ল—মাতৃ আৰু শিশুৰ স্বাস্থ্য, স্বাস্থ্য-পুষ্টি শিক্ষা, পারিপার্শ্বিকতা ৰক্ষা কৰা, সোঁচৰা ৰোগ নিয়ন্ত্রণ, সাধাৰণ আঘাতপ্রাপ্তক চিকিৎসা প্রদান ইত্যাদি।


প্ৰশ্ন:Dark Room Assistant-ৰ কাম কি?

   উত্তৰ : Dark Room Assistuint-এ এক্স-বে ফিল্মখন কার্যক্রম কৰে। তেওঁ উপযুক্ত চিকিৎসা কর্মীক এক্সৰে কাৰ্য সমাপনৰ পিছত ফিস্মাখন যোগান ধৰে ৷


 প্ৰশ্ন:Dietician কাম কি ?

    উত্ত: Dietician-এ পৰিমাণ নিৰ্ধাৰণ ৰোগ নির্ণয়, ডায়েটজনিত শুশ্রুষা, পুষ্টিজনিত সমস্যা নির্ধাৰণ, ব্যক্তিগতভাবে আৰু সামাজিকভাবে

খাদ্য, স্বাস্থ্য সম্বন্ধে সজাগতাৰ সৃষ্টি কৰে। 



প্ৰশ্ন:Opthalmic Assistant মানে কি?

   উত্তৰ:: Opthalmic Assistant এনে এজন ব্যক্তি যিয়ে ৰোগীক চিকিৎসা কৰা সময়ত Opthalmologist (চকু ডাক্তৰ) লগত কাম কৰে ।


প্ৰশ্ন: Opthalmic Assistant-di কি কি কার্য সম্পাদন কৰে ?

   উত্তৰ: Opthalmic Assistant-6 Opthalmologist ক (চকু ডাক্তৰ) ৰোগীক চিকিৎসা কৰা সময়ত বেমাৰৰ লক্ষণ জনায়, বিভিন্ন পৰীক্ষা-প্রক্রিয়া সম্পাদন কৰে আৰু ৰোগীক ডাক্তৰক দেখুওৱাৰ প্ৰস্তুতি সম্পন্ন কৰে।


প্রশ্নঃ ডিঙি ফুলা ৰোগ কেতিয়া হয়?

  উত্তৰ: আয়োডিনৰ অভাৱ হ'লে। 


'

প্রশ্নঃ শক্তি হেৰুওৱা ৰোগৰ নাম কি?

   উত্তৰ: ডিমেনচিয়া।


প্রশ্নঃ হেপাটাইটিছ ৰোগ ক'ত হয় ?

  উত্তৰঃ যকৃতত।


প্রশ্ন : আকুপাংচাৰ চিকিৎসা পদ্ধতি কোন দেশৰ আৱিষ্কাৰ?

   উত্তৰঃ চীন দেশৰ।


প্রশ্ন : হোমিঅ' চিকিৎসা পদ্ধতি কোন দেশৰ অবদান ?

  উত্তৰ: জাৰ্মান দেশৰ।


প্রশ্ন : আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰ উদ্ভাবন কোন দেশত হৈছিল?

  উত্তৰঃ ভাৰতবৰ্ষত।



প্রশ্নঃ ইলেক্ট্ৰ'থেৰাপি কি?

   উত্তৰ: মানসিক ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা এবিধ বৈদ্যুতিক পদ্ধতি।


প্রশ্নঃ অপেন হার্ট চাৰ্জাৰী কৰা বিশ্বৰ প্ৰথম শল্য চিকিৎসকজনৰ নাম কি?

   উত্তৰঃ ডাঃ ক্ৰিটিন বাড়ি। 


প্রশ্ন: শৰীৰৰ কোন অংশত কোলেক্ট্ৰ'ল উৎপন্ন হয় ?

   উত্তৰ: লিভাৰ (যকৃত)।


প্রশ্নঃ এইড্‌ছ (AIDS)ৰ সম্পূৰ্ণ নাম কি ? 

  উত্তৰ: একুৱাৰ্ড' ইমিউন ডেফিচিয়েজী চিনড্রম।